Shekhar Bhattacharyya Poems

Hit Title Date Added
1.
Halakura

তোমাৰ সোণাৰু হালধীয়া হাঁহিত
জোনাকে গা ধুই
আঘোণৰ বতৰা দিছে
কুঁৱলীৰ শুভ্ৰ আচল মেলি
...

2.
Raidak

ৰায়ডাকৰ পাগল সোঁতত
পাগল মই সৌন্দৰ্য্যত
চাই চাই পাগল ৷
পাগল তোৰ বুকুৰ ঢৌত
...

3.
Sonalir Apekkha

সোনালীৰ অপেক্ষাত: :

সোনালী,
পাৰ হৈ গ'ল অনেকটা বসন্ত
...

4.
Gusi Gola Neki?

গুচি গ'লা নেকি?

সৌ সিদিনা তোমাক দেখিছিলো যে,
কমন ৰুমৰ আৰঁত লুকাই আছিলা,
...

5.
Nari

: : নাৰী: :
মানুহে কিয় কয় -
নাৰীৰ নজিস্ব বুলি একো নাই,
মইতো দেখিছো জগতখনে
...

Close
Error Success