বৃষ্টি
এতিয়াযে আৰু কি
বৃষ্টি বৃষ্টি মাথোঁ বৃষ্টি
বৃষ্টিমূখৰ সভ্যতা
আমাৰ ভালপোৱাৰ
পোচাকবোৰো তিতা
সেয়েতো কিজানি নগ্নপ্ৰায় হৈ
ওলাই আহে
আধুনিকা কবিতা ।
This poem has not been translated into any other language yet.
I would like to translate this poem