Nilamani Kalita

Nilamani Kalita Poems

স্তব্ধতাৰ নিসংগতা

., ...........নীলমনি কলিতা
.
...

The Best Poem Of Nilamani Kalita

স্তব্ধতাৰ নিসংগতা

স্তব্ধতাৰ নিসংগতা

., ...........নীলমনি কলিতা
.
.
.
.
স্তব্ধতাৰ নিসংগতাক আদৰি,
দুষ্পাপ্যতাৰ শিপাডালক
স্পৰ্শ কৰি......
আগুৱাইছো আমি.............


কিন্তু আগুৱাম কিমান..?
বাটত যে নানান বাধা.....|
অ'ত পানী, ত'ত খৰাং,
অ'ত শূণ্যতা, ত'ত পূৰ্ণতা,
কিম্তু আমি ক'ত ……?
শূণ্যত নে পূৰ্ণত………?


মমবাতিৰ দৰে জ্বলিছো
সৰু সৰুকৈ পোহৰ পাইছো আৰু দিছো………
কিন্তু, সূৰ্যৰ পোহৰত সন্মুখত
মমৰ পোহৰৰ মূল্য কি……?
নাই কোনো কাম……
নাই কোনো ভৱিষ্যত……|

Nilamani Kalita Comments

Nilamani Kalita Popularity

Nilamani Kalita Popularity

Close
Error Success